STEM Education for Innovation : Experimento India

Home Stories Emergent Reader Assamese ককাৰ দাঁত

ককাৰ দাঁত

ৰাতি শোৱাৰ আগতে ককাই নিজৰ দাঁত কেইটা উলিয়াই পানীত থৈছিল। ৰাতিপুৱা শুই উঠি দেখিলে যে, দাঁত কেইটা মেকুৰীৰ লগত আছে। এতিয়া ককাই কি কৰিব বাৰু? (Before sleeping, Grandpa kept his set of teeth in water. But in the morning, it was not there. Where did Grandpa's set of teeth go? Let us find out...)