STEM Education for Innovation : Experimento India

Home Stories Level 3 Assamese ভুকুতে কলটো নপকে

ভুকুতে কলটো নপকে

মিলি আৰু জুলি দুয়োজনী বাই ভনী । জুলি মিলিতকৈ বহুত সৰু ।কিন্তু জুলিয়ে মিলিৰ লগত সমানে ফেৰ মাৰিব যায় । জুলিয়ে কিয় এনেকুৱা কৰে জানিবলৈ কাহিনীটো পঢ়াচোন । (Millie and Julie are two sisters. Julie is much younger than Millie. But Julie loves to compete with Millie. Read the story to find out more.)