STEM Education for Innovation : Experimento India

Home Stories Level 1 Assamese নাগু আৰু মুনুৰ সমস্যা

নাগু আৰু মুনুৰ সমস্যা

গণিতৰ প্ৰশ্নসমূহ আছিল নাগু আৰু মুনুৰ আটাইতকৈ ডাঙৰ সমস্যা। সেই কাৰণে দুয়ো বিদ্যালয়লৈ যাব নিবিচাৰে। সিহঁতৰ এই সমস্যা দূৰ হবনে? (Naagu and Nunu don't feel like going to school. Why? How will they feel at the end of the story? Read more to find out.)