STEM Education for Innovation : Experimento India

Home Stories Level 2 Assamese আপোনপেটীয়া গুবৰুৱা

আপোনপেটীয়া গুবৰুৱা

এদিন এটা গুবৰুৱা আৰু উইচিৰিঙাই কথা পাতি আছিল। বাটত সিহঁতে মৰি থকা ফৰিং এটা দেখা পালে। সিহঁতে ফৰিঙটো কি কৰিলে জানিবলৈ কাহিনীটো পঢ়াচোন। (One day, a dung bettle and a cricket were talking. On the way, they saw a dying grasshopper. Read the story to find out what they did to the grasshopper.)