STEM Education for Innovation : Experimento India

Home Stories Level 3 Assamese চুঙা চাই সোপা

চুঙা চাই সোপা

পাৰস্য দেশৰ বাদশ্বাহজন আৰামপ্ৰিয় আৰু অকৰ্মণ্য আছিল । তেওঁ এদিনাখন প্ৰজাসকলৰ মাজত এখন জাননী দিলে । জাননীখনত কি আছে জানিবলৈ কাহিনীটো পঢ়াচোন । (The King of Persia was a dysfunctional leader. He gave his subjects a notice one day. Read the story to find out what the notice was.)